এনেই খং উঠিছে !

মূৰ্খমন্ত্রী ডাঙৰীয়া গাদী পাই পাই হৈ পৰিছে বলিয়া, পালী পহৰীয়া বোৰেও একেটা পথতে যায় নাকত তেল দি শুৱাৰ বাহিৰে কাম একো নাই। ইমান দিনে চলালে চৰকাৰ প্রতিটো বিভাগতে দুৰ্নীতিৰ চমৎকাৰ, নিৰ্বাচনৰ সময়ত ভীক্ষা খুজিব আহে জিকাৰ পিছত পাঁচ বছৰ কুম্ভকৰ্ণ নিদ্রা মাৰে। সহজ সৰল অসমীয়াক………. সবিশেষ পঢ়ক »»»

আকৌ ব’হাগ আহিল !

আমি অসমীয়া গাতে মুগা-ৰিহা খোপাত আমাৰ কপৌফুল, আমাৰে চিনাকি ব’হাগৰ বিহুটি হাততে জেতুকা বোল। প্রাণৰ ব’হাগটিয়ে আহি আকৌ দুৱাৰত টোকৰ মাৰিলেহি। উজাই অহা কঁকালৰ বিষটোকো হাৰ নামানি মাৰ সীমাহীন ব্যস্ততা। বাহিৰৰে এচলীয়া খেৰৰ চালিখনৰ তলত ধান সিজাইছে, দেউতাই পিৰালিত বাঢ়ি অহা ঘাঁহ-বনবোৰ হাতেৰে উঠাই চাফা………. সবিশেষ পঢ়ক »»»

মোৰ খিড়িকীৰে বসন্ত

“বসন্ত কালটো বৰ তাৎক্ষণিক ভাবে আহে, যেতিয়াই আহে পৃথিৱীখনৰ ওপৰত ফুলেৰে উপচাই তুলি হাঁহি স্ফূৰ্তি কৰে যিদৰে শিশু এটাই কোঠালিৰ ভিতৰত চিঞৰ বাখৰ কৰি উৎপাত কৰে।” হেনৰী ৱৰ্দছৱৰ্থে কোৱাৰ দৰেই যেন ফাগুনে আঁচোৰি যোৱা দেহ মনত নতুন কলেৱৰ ৰহন সানি দি হঁহুৱাই তুলিবলৈ তাৎক্ষণিক ভাৱে………. সবিশেষ পঢ়ক »»»

ভৰ দিবলৈ ভৰি দুখন নহ’লেও হয় !

সিদিনা কিয় নাজানো বাছষ্টেণ্ডৰ ওচৰত ভিক্ষাৰীজনে মোৰফালে হাতটো আগবঢ়াই দিয়া দেখিও মই তেখেতলৈ আওকাণ কৰি মোৰ বাটত খোজ দিলো।সেই সময়ত কিবা বেলেগ চিন্তা এটা কৰি থকাৰ বাবে হয়টো কথাটো ইমান গুৰুত্ব নিদিলো।কিন্তু পিছত যেতিয়া অকলশৰীয়া পথটোত অকলে অকলে নিজৰ লগতেই কথা পাতি পাতি আগবাঢ়িছিলোঁ,ঘপহকৈ সেই………. সবিশেষ পঢ়ক »»»

F
F
Twitter
pratimkr on Twitter
Latest Tweet: বৰষুণ নাই ! বিভিন্ন স্থানত ভেকুলীৰ বিয়া পাতিছে। পিছে এখন বিয়ালৈও এতিয়ালৈকে নিমন্ত্রণ পোৱা নাই ! বিশেষ ছাতি এটা... http://t.co/NfhmyLmdGB
34 people follow pratimkr
Twitter Pic sarder_i Twitter Pic kanehazz Twitter Pic boogallo Twitter Pic vhopaich Twitter Pic ee0fed7b Twitter Pic 1e62ef72 Twitter Pic SabaSidh Twitter Pic theblogm
F
Subscribe to Receive E-Mail Updates:
F
Contact Me:

Name:

Email:

Verification Image

Enter number from above:

WP-Backgrounds Lite by InoPlugs Web Design and Juwelier Schönmann 1010 Wien